অসমীয়া ভাষাৰ বাবে নতুন প্ৰযুক্তি

অসমীয়া ভাষাৰ
ভৱিষ্যৎ গঢ়ি তোলোঁ

RALP হৈছে অসমীয়া typing, spelling, grammar আৰু AI writing-ৰ বাবে এটা কেন্দ্ৰীয় language platform—LIKHONI আৰু ভৱিষ্যতৰ সকলো Assamese app-ৰ শক্তিশালী মূল engine।

✓ Offline-first✓ Unicode compliant✓ Child-friendly
RALP CORELanguage Intelligence Engine
LIVE
আপুনি লিখেami axomiya likhu
↓
PhoneticUnicodeGrammar
↓
RALP-এ বুজেআমি অসমীয়া লিখোঁ✓ শুদ্ধ
২০,০০০+প্ৰথম Dictionary লক্ষ্য
< ৫msTyping response লক্ষ্য
Offline-firstCore engine
১০০K–৩০০K+Master Dictionary লক্ষ্য
RALP CAPABILITIES

এটা Engine, অসংখ্য সম্ভাৱনা

অসমীয়া ভাষাত সহজে লিখা, শিকাৰ পৰা আৰম্ভ কৰি উন্নত AI application নিৰ্মাণলৈকে।

文

Grammar Intelligence

বাক্যৰ গঠন, ব্যাকৰণ আৰু ভাষাৰ স্বাভাৱিকতা উন্নত কৰাৰ শক্তিশালী engine।

বিস্তাৰিত জানক →
✦

Smart Suggestions

আগৰ আখৰ, ব্যৱহাৰৰ ঘনত্ব আৰু প্ৰসংগৰ ভিত্তিত দ্ৰুত শব্দ পৰামৰ্শ।

বিস্তাৰিত জানক →
LIVE DEMO

Roman-ত লিখক,
অসমীয়াত পাওক

RALP-ৰ phonetic engine-ৰ এটা সৰু নমুনা। আপোনাৰ নিজৰ Roman Assamese বাক্য লিখি চাওক।

এই demo-টো sample dictionary ব্যৱহাৰ কৰে। সম্পূৰ্ণ RALP API সংযোগৰ পাছত বৃহৎ dictionary আৰু smart suggestion সক্ৰিয় হ’ব।
↓
মই অসমীয়া লিখোঁ
✓ Unicode output
CORE TECHNOLOGY

অসমীয়াৰ বাবে নিৰ্মিত,
অসমীয়াৰ সৈতে বিকশিত

01Roman Input→
02Phonetic Engine→
03Unicode Composer→
04Smart Correction→
05অসমীয়া Output
POWERING REAL PRODUCTS

RALP-ৰ প্ৰথম শক্তিশালী প্ৰয়োগ—LIKHONI

Windows 10/11-ৰ বাবে Smart Assamese Typing। Phonetic আৰু Traditional layout, smart suggestion, offline typing আৰু RALP language intelligence।

LIKHONI চাওক ↗
LIKHONI — Smart Assamese Typing
আপুনি লিখিছেmoi tumak bhal pauমই তোমাক ভাল পাওঁ
মইমোৰমোক
ৰ
OUR MISSION

প্ৰতিজন অসমীয়াৰ বাবে নিজৰ ভাষাত ডিজিটেল স্বাধীনতা

শিশুৰ পৰা পেছাদাৰীলৈকে—সকলোৱে যাতে শুদ্ধ, সহজ আৰু আত্মবিশ্বাসেৰে অসমীয়াত লিখিব পাৰে, সেই লক্ষ্যৰে RZ Digital Studio-এ RALP নিৰ্মাণ কৰিছে।